Q. সর্ব প্রথম স্নাতক
Ans: আনন্দ ৰাম বৰুৱা ।

Q. সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্র দাদাচাহেব ফাল্কে বঁটা বিজয়ী
Ans: ড'ভূপেন হাজৰিকা

Q. সর্বপ্রথম কথাছবি পৰিচালক
Ans: প্রমথেশ বৰুৱা ৷

Q. সর্বপ্রথম অসমীয়া ৰাষ্ট্ৰপতি
Ans: ফখৰুদ্দিন আলী আহমেদ।

Q. সর্বপ্রথম গদ্য লিখক
Ans: ভট্টদেৱ |

Q. সর্বপ্লথম বোলছবি
Ans: জয়মতী (জ্যোতিপ্ৰসাদ আগৰৱালা)।

Q. সৰ্বপ্ৰথম বুৰঞ্জী লিখক
Ans: হলিৰাম ঢেকিয়াল ফুকন ।

Q. সর্বপ্রথম চাহ খেতিয়ক
Ans: মণিৰাম দেৱান |

Q. সর্বপ্ৰথম নাট্যকাৰ
Ans: ব্ৰজ শর্মা।

Q. 1সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা
Ans: পিয়লী ফুকন।

Q. সর্বপ্রথম জাতীয় কংগ্ৰেছৰ সভাপতি
Ans: দেৱকান্ত বৰুৱা

Q. সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰে
Ans: ড' লক্ষ্মী দেৱী।

Q. প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক
Ans: লক্ষ্মীনাথ বেজবৰুৱা।

Q. প্ৰথম কথা কবিতাৰ ৰচক
Ans: যতীন্দ্রনাথ দুৱৰা ।

Q. অসমৰ পুৰণি নাম কি?
Ans: কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।

Q. প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি
Ans: (১) ৰত্নপীঠ (২) কামপীঠ (৩) স্বর্ণপীঠ আৰু (৪) সৌমাৰ পীঠ।

Q. প্ৰথম অসমীয়া অনাতীৰ নাট
Ans: বীণ বৰাগী।

Q. প্ৰথম অসমীয়া গল্প সংকলন
Ans: লক্ষ্মীনাথ বেজবৰুৱা সুৰভি' (১৯ ০৯)

Q. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী
Ans: বিলাতৰ চিঠি (১৯৩৯) লেখক, জ্ঞানদাতিৰাম

Q. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখক নাম কি
Ans: মৃত্যুঞ্জয় (১৯৭১), বীৰেত্ৰৰ কুমাৰ ভট্টাচার্য।

Q. সাহিত্য অকাডেমী পুৰস্কাৰ পোৰা অসমীয়া পুথিখনৰ নাম কি?
Ans: “বনফুল” (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা।

Q. অসমৰ প্ৰথম মহিলা আলোচনী
Ans: ঘৰ জেউতি (১৯২৭) সম্পাদক কমলালয়া কাকতি।

Q. সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
Ans: ঈয়াৰুইঙ্গম; বীৰেদ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৮১)

Q. জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি?
Ans: ড’মামণি ৰয়ছম গৌস্বামী।

Q. অসমৰ “সাহিত্যৰথী” কোন?
Ans: লক্ষ্মীনাথ বেজবৰুৱা ।

Q. অসমৰ “উপন্যাস সম্রাট" কোন?
Ans: ৰজনীকান্ত বৰদলৈ ।

Q. ২০০৩ চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?
Ans: নিৰুপমা বৰগোহাঞি ।

Q. প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
Ans: ধৰ্ম পুস্তক (১৮১৩), আত্মাৰাম শৰ্মা।

Q. অসমৰ জাতীয় উৎসৱ কি?
Ans: বিহু অসমৰ জাতীয় উৎসৱ।

Q. অসমৰ এটি প্রাচীন কৃষি উৎসবৰ নাম কি?
Ans: মিচিংসকলৰ "আলি আই লৃগাং” উৎসৱ।

Q. অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
Ans: 'ল’ৰাবন্ধ' (১৮৮৮), সম্পাদক: কৰুণাভিৰাম ৰুৱা ।

Q. অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?
Ans: আছাম ট্ৰিবিউন (১৯৪৬), প্রথম সম্পাদক

Q. অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
Ans: ১৯৪৮ চনত গুৱাহাটীত

Q. প্ৰথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি?
Ans: অৰুণোদই (১৯৪৬-১৮৮২) সম্পাদক ডঃ নাথান ব্রাউন।

Q. অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
Ans: অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২), দেবেন্দ্ৰনাথ বেজবৰুৱা ।

Q. সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্রথম নাটকখন
Ans: শকুন্তলা (লম্বোদৰ বৰা)

Q. অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনৰ ক'ত অনুষ্ঠিত হৈছিল?
Ans: ১৯১৭ খ্রীষ্টাব্দত, শিৱসাগৰত ।

Q. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম
Ans: 'ভানুমতী', পদ্মনাথ গোহাঞিবৰুৱা ।

Q. বিহগী কবি, বুলিলে কোন অসমীয়া কৰিক বুজায় ?
Ans: ৰঘুনাথ চৌধাৰীক।

Q. অসমৰ সাহিত্যসভাৰ প্ৰথম সভাপতিজনৰ নাম -
Ans: পদ্মনাথ গোহাঞি বৰুনা।

Q. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি?
Ans: চন্দ্রকান্ত অভিধান (১৯৩৩ চন)।।

Q. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তি কোন?
Ans: হেমচন্দ্ৰ বৰুৱা ।

Q. বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছি
Ans: ১৯৫৫ চনৰ ১৬ নৱেম্বৰত ।

Q. বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
Ans: ১৯৫৫ চনৰ ১৬ নৱেম্বৰত

Q. বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম
Ans: জয়ভদ্র হাগজেৰ ।

Q. অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?
Ans: তিনিটা- (১) প্রাথমিক (২) মাধ্যমিক আৰু (৩) উচ্চ শিক্ষা ।

Q. সাহিত্য অকাডেমী বঁটা লাভ কৰা “ককাদেউতাৰ হাড়” পুথিখনৰ লেখক কোন?
Ans: নৱকান্ত বৰুৱা ।

Q. অসমীয়া ৰোমাণ্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন?
Ans: চন্দ্ৰকুমাৰ আগৰৱালা ।

Q. অসমীয়া ভাষাৰ উৎপত্তি কেভিয়া হয়?
Ans: খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ ।

Q. বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য কোন আছিল?
Ans: মহাপুৰুষ শংকৰদেৱ ।

Q. শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
Ans: মাধৱদেৱ ।

Q. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি?
Ans: কীৰ্ত্তন ঘোষা।

Q. প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
Ans: মাধৱ কন্দলি আৰু হেম সৰস্বতী ।

Q. সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি?
Ans: সুগন্ধি পখিলা ।

Q. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন
Ans: ৰবিন্সন (১৮৩৯ খ্রী:)

Q. "ইংৰাজৰ পৰা “ছাৰ” উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন?
Ans: ছাৰ চেয়দ চাদুল্লা।

Leave a Reply

Your email address will not be published. Required fields are marked *